অখিল,লুৰিণ আৰু গৌৰৱক হাতযোৰ কৰি অনুৰোধ পিযুষ হাজৰিকাৰ

অখিল,লুৰিণ আৰু গৌৰৱক হাতযোৰ কৰি অনুৰোধ পিযুষ হাজৰিকাৰ

অখিল,লুৰিণ আৰু গৌৰৱক হাতযোৰ কৰি অনুৰোধ পিযুষ হাজৰিকাৰ।

সংকীৰ্ণ ৰাজনীতি নকৰিবলৈ অনুৰোধ পিযুষ হাজৰিকাৰ।

আহোম সম্প্ৰদায়ক আমি সন্মান কৰো।

আহোম সম্প্ৰদায়ৰ স্বৰ্ণীল ইতিহাস আমাৰ বাবে গৌৰৱ।

কিন্তু আমি সকলো অসমীয়া।

জাতিটোক ভাগ ভাগ নকৰিব।

এই মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ।

বিৰোধী ঐক্যক তীব্ৰ কটাক্ষ পিযুষ হাজৰিকাৰ।

সমগ্ৰ উজনি অসমৰ বিৰোধীক লৈ সভা পাতিলে।

সভাত উপস্থিত থাকিল মাত্ৰ ৪০০ মানুহ।

এয়া আমাৰ বাবে ভাল খবৰ কিন্তু বিৰোধীৰ বাবে নিৰাশাজনক।

ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়ালৈ বেয়া লাগিছে।

ইমান ডাঙৰ নেতাৰ সভাত গুৰুত্ব নাথাকিল।

কেৱল অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে হে গুৰুত্ব পালে।

এআইইউডিএফ আৰু কংগ্ৰেছৰ মিতিৰালি পুনৰ প্ৰমাণ হ’ল বৰাকত।

বৰাকত দুয়োটা দলে একেলগে প্ৰতিবাদ কৰিলে।

GTM Desk

Related