কাৰ্বিআংলঙত ডেংগুত আক্ৰান্ত হৈ মহিলাৰ মৃত্য….

কাৰ্বিআংলঙত ডেংগুত আক্ৰান্ত হৈ মহিলাৰ মৃত্য….

কাৰ্বিআংলঙত ভয়াৱহ হৈ পৰিছে ডেংগু, ডেংগুত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে।জানিব পৰা মতে,কাৰ্বিআংলঙত ২২১ গৰাকী লোকৰ দেহত ধৰা পৰিছে ডেংগু ।ডিফুৰ দাঁতিকাষৰীয়া অঞ্চলত ডেংগুয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে ।

ঘটনাৰ পিছতে, গুৱাহাটীৰ পৰা তিনিজনীয়া বিশেষজ্ঞৰ দল গৈ উপস্হিত হৈছে ডিফুত।

GTM Desk