মণিপুৰৰ পৰিস্থিতিক লৈ আমেৰিকাৰ ডাঙৰ ঘোষণা

মণিপুৰৰ পৰিস্থিতিক লৈ আমেৰিকাৰ ডাঙৰ ঘোষণা

মণিপুৰৰ পৰিস্থিতিক লৈ আমেৰিকাই ডাঙৰ ঘোষণা কৰিছে বুলি এক বিবৃতিত জানিব পৰা গৈছে। ভাৰতে জনাইছে যে মণিপুৰক সহায় কৰিবলৈ সাজু আমেৰিকা ।

আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিকে এক মন্তব্যত কয় যে, মণিপুৰক সহায় কৰিবলৈ সাজু আমেৰিকা ।

জানিব পৰা মতে, মেইতেই আৰু কুকীৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মণিপুৰত।

মণিপুৰত হোৱা সংঘাতত ১০০ জনৰো অধিক লোক নিহত হৈছে।

GTM Desk