বিহালী বেদেতীবাসীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ সভা সমিতি অনুষ্ঠিত কৰা এক মাত্ৰ অমিয় ভবনত পানীৰে ভৰপুৰ দোষাৰোপ DCC ৰাস্তা নিৰ্মাণকাৰীক সংস্থাক ৰাইজৰ প্ৰতিক্ৰিয়া

বিহালী বেদেতীবাসীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ সভা সমিতি অনুষ্ঠিত কৰা এক মাত্ৰ অমিয় ভবনত পানীৰে ভৰপুৰ দোষাৰোপ DCC ৰাস্তা নিৰ্মাণকাৰীক সংস্থাক ৰাইজৰ প্ৰতিক্ৰিয়া

বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতীবাসীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তথা বেদেতীত সভা সমিতি অনুষ্ঠিত কৰিব পৰা এক মাত্ৰ সভাকক্ষ বেদেতীৰ অমিয় ভবনত এতিয়া এজাক বৰষুণতে পানী সোমাই বুৰ যায় গৃহকক্ষ। উল্লেখ্য এই ক্ষেত্ৰত বেদেতীৰ সামাজিক অনুষ্ঠান উদ্দীপ্ত চ’ৰাৰ বিষয়া দোষাৰোপ খৰিছে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা DCC ক কাৰণ অপৰিকল্পিত ভাৱে ৰাস্তা নিৰ্মাণ নকৰাৰ বাবেই এনে দুৰ্দশা।এই ক্ষেত্ৰত ৰাইজৰ দাবী শীঘ্ৰেই এই অমিয় ভবনত পানী উলাই যোৱাৰ বাবে নলা নৰ্মদা ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

GTM Desk

Related