গুৱাহাটীত সক্ৰিয় জাল নোট চক্ৰ..

গুৱাহাটীত সক্ৰিয় জাল নোট চক্ৰ..

চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিল এখন জেৰক্সৰ দোকানত

জাল নোট চক্ৰৰ মাষ্টাৰ মাইণ্ড ছফিকুলক গ্ৰেপ্তাৰ

দীৰ্ঘদিন ধৰি জেৰক্সৰ দোকান খুলি জালনোট ছপাইছিল মাষ্টাৰ মাইণ্ড ছফিকুলে

আৰক্ষীয়ে জব্দ কৰিছে জেৰক্স মেচিন,কেইবাখনো জালনোট

Shahnawaz Hamza

Related