চাবুৱাৰ দধীয়াত অঘটন; ডিব্ৰু নদীত সন্ধানহীন এজন ৪০ বছৰীয়া লোক
চাবুৱাৰ দধীয়াত অঘটন। ডিব্ৰু নদীত সন্ধানহীন এজন ৪০ বছৰীয়া লোক। সন্ধানহীন সুনীল মিপুন নামৰ লোকজন। নৈত নাও চলাই থকাৰ সময়তে এই অঘটন। সুনীল মিপুনৰ সন্ধানত NDRF বাহিনীৰ অভিযান।
গুৱাহাটী টাইমচ