ধুবুৰীৰ মানকাচৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
🔴ধুবুৰীৰ মানকাচৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
🔴ঝগৰাৰচৰৰ এখন ষ্টেচনাৰী দোকানৰ পৰা জব্দ ১,১৪০টা নিচাজাতীয় টেবলেট
🔴নিচাজাতীয় টেবলেটসহ এটা ড্ৰাগছ ব্যৱসায়ীক আটক আৰক্ষীৰ
🔴ধৃত ড্ৰাগছ ব্যৱসায়ীটো ছাইফুল ইছলাম