এছিয়াৰ ভিতৰতে বৰ্ষীয়ান হাতী বিজুলী প্ৰসাদ আৰু নাই!
🔵 বৃহৎ চাহ গোষ্ঠী জৰ্জ উলিয়ামচন মেগৰ কোম্পানীৰ প্ৰতীক আছিল এই ঘৰচীয়া হাতীটো।
🔵 পোৱালি অৱস্থাতে ৩০/৪০ দশকত দিকৰাইৰ পৰা বৰগাং চাহ বাগিচালৈ আনিছিল বিজুলী প্ৰসাদক।
🔵 শেহতীয়াকৈ বিজুলী প্ৰসাদ আছিল বিহালী চাহ বাগিচাত।