তেজপুৰ কছাৰীগাঁৱত চিকিৎসকৰ আত্মহনন

তেজপুৰ কছাৰীগাঁৱত চিকিৎসকৰ আত্মহনন

🔹তেজপুৰ কছাৰীগাঁৱত চিকিৎসকৰ আত্মহননৰ ঘটনা। ডা° ৰৌনক প্ৰজাপত নামৰ চিকিৎসকৰ চূড়ান্ত সিদ্ধান্ত। জন মিছামাৰী উপস্বাস্থ্যকেন্দ্ৰত কৰ্মৰত আছিল চিকিৎসকগৰাকী। মাতৃৰ সৈতে ভাড়াঘৰত আছিল চিকিৎসকগৰাকী।

GTM Desk

Related