লখিমপুৰত পুনৰ বানৰ আশংকা।

লখিমপুৰত পুনৰ বানৰ আশংকা।

ৰঙানদী জলবিদ্যুৎ‍ প্রকল্পটোৰ পৰা অতিৰিক্ত পানী এৰি দিবলৈ ৰঙানদী জলবিদ্যুৎ‍ প্রকল্পৰ গেট মুকলি কৰা হৈছে।

প্রতি ছেকেণ্ডত ১৬১ ঘন মিটাৰ পানী অতিৰিক্তভাৱে এৰি দিয়া হ’ব ৰঙানদীত।

ইতিমধ্যেই ৰঙানদীৰ জলপৃষ্ঠ প্ৰায় ৯৪ মিটাৰলৈ বৃদ্ধি পাইছে। আৰু ১ মিটাৰ পানী বৃদ্ধি পালেই অতিক্রম কৰিব বিপদসীমা।

ইয়াৰ পাছতেই লখিমপুৰবাসীলৈ সাৱধানবাণী জাৰি কৰা হৈছে।

GTM Desk

Related