অভয়াপুৰীত ধৰ্ষণৰ চেষ্টা চলোৱা পুৰুষৰ গুপ্তাংগ কাটিলে মহিলাই…

অভয়াপুৰীত ধৰ্ষণৰ চেষ্টা চলোৱা পুৰুষৰ গুপ্তাংগ কাটিলে মহিলাই…

অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা।

ধৰ্ষণৰ চেষ্টা চলোৱা পুৰুষৰ গুপ্তাংগ কাটিলে মহিলাই।

লিংগছেদ কৰি জমা দিলে আৰক্ষীক।
অভয়াপুৰীৰ আমবাৰীত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।

মহিলাগৰাকীৰ আক্ৰমণত আহত মইন উদ্দিন নামৰ লোকজন সংকটজনক অৱস্থাত বঙাইগাঁৱৰ এখন বক্তিগত খণ্ডৰ  চিকিৎসালয়ত চিকিৎসাধীন।

আনহাতে, আহত লোকজনৰ পত্নীয়ে ভূমি সংক্ৰান্ত বিবাদৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে।

GTM Desk

Related