ইছৰোৰ ‘চন্দ্ৰযান-৩’ মিছনত জড়িত এইকেইজন অসমীয়াৰ সাধনা আৰু সফলতা অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ’ব

লখিমপুৰৰ চয়ন দত্ত

নামৰূপৰ বিদ্যুৎ বিকাশ গগৈ

তিনিচুকীয়াৰ নিধি শৰ্মা

নগাঁৱৰ নাজনিন ইয়াছমিন

শিলচৰৰ য়েন্দ্ৰেম্বম বিশাল সিংহ

জামুগুৰিহাটৰ উদ্দীপনা কলিতা, পংকজ নাথ

হাইলাকান্দিৰ ড° বাহাৰুল ইছলাম