‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেছাগড়ৰৰ ছাত্ৰী নেনচী বৰগোঁহাই সাফল্য

‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেছাগড়ৰৰ ছাত্ৰী নেনচী বৰগোঁহাই সাফল্য



নতুন দিল্লীত অনুষ্ঠিত হোৱা ‘ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল গ্লেমাৰ মডেল’ প্ৰতিযোগিতাত নাজিৰা মেছাগড়ৰ ছাত্ৰী নেনচী বৰগোঁহাই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । ১২, ১৩ আৰু ১৪ মে’ত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত গৌতম বৰগোঁহাই আৰু চিমা বৰগোঁহাই কন্যা নেনেচী বৰগোঁই লাভ কৰিবলৈ সক্ষম হয় এই খিতাপ । নেনচী ৰ বয়স ১২ বছৰ হোৱাৰ লগতে তেওঁ অষ্টম শ্ৰেণীত অধ্যয়নৰত।ছাত্ৰী গৰকীৰ এই সাফল্যত এটিয়া স্বাভাৱিকতে আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকৰ মাজত ।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Shahnawaz Hamza

Related