মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা।
বিষ্ণুপুৰ জিলাৰ কুম্বি ২ নং ৱাৰ্ডত এই ঘটনা। খাংগেনবাম সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা।
ঘটনাৰ আঁৰত বিদ্ৰোহী সংগঠন UNLF জড়িত থকাৰ সন্দেহ।
© Guwahati Times Media Pvt. Ltd.