
ADREৰ যোগ্যতাৰ অতিৰিক্ত তালিকা প্ৰকাশ

৩য় আৰু ৪ৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

নতুনকৈ যোগ্যতা লাভ কৰাৰ তালিকাত ৫১৪ গৰাকীৰ নাম

তৃতীয় বৰ্গৰ পদৰ বাবে নিৰ্বাচিত ৫৯ গৰাকী প্ৰাৰ্থী

চতুৰ্থ বৰ্গৰ পদৰ বাবে নিৰ্বাচিত ৪৫৫ গৰাকী প্ৰাৰ্থী

SLRCৰ ৱেবছাইটত লাভ কৰিব ফলাফল