শিমলুগুৰিত দিখৌত সন্ধানহীন ৩ কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ

শিমলুগুৰিত দিখৌত সন্ধানহীন ৩ কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ

🔴শিমলুগুৰিত দিখৌত সন্ধানহীন ৩ কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ
🔴৪ দিনৰ মূৰত উদ্ধাৰ কৃষ্ণা বাছফৰ নামৰ কিশোৰটিৰ মৃতদেহ
🔴NDRFৰ অভিযানত উদ্ধাৰ কিশোৰটিৰ মৃতদেহ
🔴বাকী দুগৰাকী কিশোৰৰ সন্ধানত অব্যাহত NDRFৰ অভিযান

GTM Desk