ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ
ডিব্ৰুগড়ৰ বকুল বাইপাছত চাঞ্চল্যকৰ ঘটনা। ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। নিহত যুৱতীগৰাকী খলিহামাৰীৰ মেহেক বুলি চিনাক্ত। সংকটজনক অৱস্থাত AMCHলৈ প্ৰেৰণ মাইজানৰ আজিজ আহমেদ উৰফে মুন্না নামৰ যুৱকজনক। ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
