বৰঝাৰ বিমান বন্দৰত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ।
বৰঝাৰ বিমান বন্দৰত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ। বৰঝাৰ বিমান বন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰণি। মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতিয়ে জনালে আদৰণি। কিছু সময় পিছতেই খানাপাৰাত নিযুক্তি-পত্ৰ প্ৰদান অনুষ্ঠানত অংশ লব অমিত শ্বাহে।