কৃত্ৰিম বানৰ বাবে লক্ষ্ণৌত সোমবাৰৰ দিনটোত প্ৰতিখন বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰিলে প্ৰশাসনে

কৃত্ৰিম বানৰ কবলত পৰিছে উত্তৰ প্ৰদেশৰ প্ৰধান চহৰ লক্ষ্ণৌ। শনিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ প্ৰায় প্ৰতিটো বাট-পথ এতিয়া ডুব গৈছে পানীৰ তলত। যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ দিনটোত চহৰখনৰ প্ৰতিখন বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰিবলগীয়া হয় প্ৰশাসনে।

Shahnawaz Hamza

Related