৭৯টা মহকুমাক উপ-জিলাৰ মৰ্যাদা, বজালী জিলাৰ আনুষ্ঠানিকতাক লৈ অনিশ্চয়তা

৭৯টা মহকুমাক উপ-জিলাৰ মৰ্যাদা, বজালী জিলাৰ আনুষ্ঠানিকতাক লৈ অনিশ্চয়তা

▶️ ৰাজ্যপালৰ নিৰ্দেশনা পত্ৰ জাৰি

▶️ উপ-জিলা ঘোষণা বজালীকো

▶️ বজালীক পুনৰ জিলাৰ মৰ্যাদা দিয়াৰ ঘোষণা হৈছিল

▶️ বজালী জিলাৰ আনুষ্ঠানিকতাক লৈ অনিশ্চয়তা

▶️ৰাজ্যপালৰ নিৰ্দেশনা পত্ৰত বজালী বৰপেটাৰ উপ-জিলা

GTM Desk