মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ চিকিৎসক প্ৰশান্ত

মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ চিকিৎসক প্ৰশান্ত

নগাঁৱৰ কচুৱাত গ্ৰেপ্তাৰ চিকিৎসক। মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জুকুটা স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া প্ৰশান্ত দাসক । ৰহা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসক প্ৰশান্ত দাসক। কচুৱা থানাত চিকিৎসকজনৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত কচুৱা আৰক্ষীয়ে জিম্মাত লয় চিকিৎসকগৰাকীক।

Shahnawaz Hamza