শিলচৰ-আগৰতলা ৰে’লত উদ্ধাৰ দুটাকৈ পিষ্টল, মেগজিন

শিলচৰ-আগৰতলা ৰে’লত উদ্ধাৰ দুটাকৈ পিষ্টল, মেগজিন

শিলচৰ-আগৰতলা ৰে’লত উদ্ধাৰ দুটাকৈ পিষ্টল, মেগজিন। ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ অস্ত্ৰকেইটা। ধৰ্মনগৰ ষ্টেচনত জব্দ কৰা হয় অস্ত্ৰকেইটা। ডিমাপুৰৰ পৰা বি চাকমা নামৰ যুৱকজনে কৰিছিল অস্ত্ৰ ক্ৰয়। বাংলাদেশলৈ প্ৰেৰণৰ সময়তে আৰক্ষীয়ে জব্দ কৰে অস্ত্ৰকেইটা।

GTM Desk

Related