অৱশেষত সন্ধান ওলাল নিৰুদ্দিষ্ট গণেশ কাৰ্কীৰ
অৱশেষত সন্ধান ওলাল নিৰুদ্দিষ্ট গণেশ কাৰ্কীৰ
শুকুৰবাৰে সোণাপুৰৰ মূল পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত উদ্ধাৰ লোকজনক
১৬ ছেপ্টেম্বৰত GMCHৰ পৰা নিৰুদ্দেশ হৈছিল ৰোগীজন
পশ্চিম কাৰ্বি আংলঙৰ পূৱ উমলাফেৰত ঘৰ গণেশ কাৰ্কীৰ