এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ
অভিলেখ!এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰে।
এছিয়ান গেমছৰ পদক তালিকাৰ পঞ্চম স্থানত ভাৰত। বৰ্তমানলৈকে ১১টা পদক লাভ কৰিছে ভাৰতে। ইয়াৰ ভিতৰত আছে ২ টা সোণ, ৩ টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক।