নগাঁৱৰ নতুন বজাৰত ডকাইতিৰ ঘটনা…
নগাঁৱৰ নতুন বজাৰত ডকাইতিৰ ঘটনা।
মহাবীৰ প্ৰসাদ পোদ্দাৰ নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত ডকাইতি।
১৫লাখ টকাৰ সোণ-হীৰাৰ গহণা আৰু নগদ ২লাখ টকা লুটিলে ডকাইতে।
গৃহস্থক অচেনত কৰি ডকাইতি।
ঘটনাস্থলীত উপস্থিত নগাঁৱৰ ASP(Crime) পাৰ্থপ্ৰতিম শইকীয়া।