অন্ধ্ৰপ্ৰদেশৰ গোদাবাৰীত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ
– অন্ধ্ৰপ্ৰদেশৰ গোদাবাৰীত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ
– উদ্ধাৰ হোৱা মৃতদেহটো বিশ্বনাথৰ মোনাবাৰীৰ নিৱাসী কুমাৰ লামাৰ
– অন্ধ্ৰ প্ৰদেশৰ এখন হোটেলত কৰ্মৰত আছিল কুমাৰ লামা
– শৰীৰত আঘাতৰ চিন স্পষ্ট থকাত হত্যাৰ সন্দেহ পৰিয়ালৰ