গুৱাহাটীৰ মাজমজিয়াত গুলীচালনা, যুৱকৰ বুকুত দুৰ্বৃত্তৰ গুলী

গুৱাহাটীৰ মাজমজিয়াত গুলীচালনা, যুৱকৰ বুকুত দুৰ্বৃত্তৰ গুলী

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। কইনাধৰাত এজন যুৱকলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। যুৱকজনৰ বুকুত গুলী লগা বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম অঞ্জন নাথ। অঞ্জন নাথৰ ঘৰ বশিষ্ঠত। বশিষ্ঠৰ এটা গাড়ীৰ শ্ব’ৰুমত কৰ্মৰত যুৱকজন। যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। যুৱকজনলৈ গুলীচালনা কৰি পলায়ন কৰে দুৰ্বত্তই। ঘটনাস্থলীত উদ্ধাৰ হৈছে খালী কাৰ্টিজ। মহানগৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

GTM Desk

Related