শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক

1 min read

👉🏾 শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক
👉🏾 জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সোণমনি বৰা ওৰফে লক্ষ্যই
👉🏾 গৌৰীসাগৰ দিশৰ পৰা AS-04-K-1217 নম্বৰৰ পালছাৰ বাইকৰে বন্ধুৰ লগত ঘৰলৈ আহি থকা অৱস্থাতে পতিত হয় দুৰ্ঘটনাত

You May Also Like

More From Author