পুনৰ আলফা(স্বা)ৰ শিবিৰত দুই কেডাৰক মৃত্যুদণ্ড..

পুনৰ আলফা(স্বা)ৰ শিবিৰত দুই কেডাৰক মৃত্যুদণ্ড..

এজনৰ নাম অবিনাশ কলিতা। আনহাতে অন্য জনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই। শিবিৰ এৰি পলায়ন কৰাৰ বাবে মৃত্যুদণ্ড দিয়া হৈছে বুলি জানিব পৰা গৈছে।

Shahnawaz Hamza