নিশা মহানগৰীৰ পাঞ্জাবাৰীত অগ্নিকাণ্ড
🔴নিশা মহানগৰীৰ পাঞ্জাবাৰীত অগ্নিকাণ্ড
🔴দপদপকৈ জ্বলিল পথৰ কাষত ৰখাই থোৱা এখন চিটী বাছ
🔴দুৰ্বৃত্তই বাছখনত অগ্নিসংযোগ কৰাৰ সন্দেহ বাছখনৰ চালকৰ
🔴ভস্মীভূত চিটী বাছখনৰ নম্বৰ AS 01 JC 5913
বিগত প্ৰায় দুমাহ ধৰি সেই স্থানত সদায় ৰখা থৈছিল বাছখন