-কাৰাগাৰতেই হঠাৎ অসুস্থ মিনাক্ষী কাকতি কলিতা
-GMCHত চিকিৎসাধীন সহকাৰী কৰ আয়ুক্তগৰাকী
-উৎকোচ লৈ ১৮ মে’ত হৈছিল গ্ৰেপ্তাৰ
-গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই
-মিনাক্ষী কাকতিৰ গৃহৰ পৰা উদ্ধাৰ হৈছিল ৬৫ লাখ টকা
-মধুমেহসহ কেইবাটাও ৰোগত ভুগি আছে মিনাক্ষী কাকতি
2023-05-28