Advertisement

আজি মাজনিশা মুকলি হ’ব চৰকাৰী চাকৰিৰ আৱেদন

আজি মাজনিশা মুকলি হ’ব চৰকাৰী চাকৰিৰ আৱেদন

আজি মাজনিশা মুকলি হ’ব চৰকাৰী চাকৰিৰ আৱেদনৰ পৰ্টেল। এই পৰ্টেল মুকলিৰ লগে লগেই ৩য় আৰু ৪ৰ্থ বৰ্গৰ ১২,৬০০ পদৰ বাবে কৰিব পাৰিব আৱেদন।

Shahnawaz Hamza

Related