AJP নেতা দুলু আহমেদৰ পদত্যাগ
AJP নেতা দুলু আহমেদৰ পদত্যাগ।
উপ-সভাপতি পদ ত্যাগ দুলু আহমেদৰ।
ধুবুৰী জিলা তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰাও পদত্যাগ।
দলৰ আন আন দায়িত্বও এৰিলে দুলু আহমেদে।
কামৰূপ জিলাত সভাপতিৰ উপস্থিতিক লৈ তৃণমূলত ক্ষোভ।
তৃণমূলৰ ক্ষোভৰ বাবে পদত্যাগ কৰা বুলি উল্লেখ পত্ৰত।