সোণৰ পদক অৰ্জন গুৱাহাটীৰ কুশল কলিতাৰ…

সোণৰ পদক অৰ্জন গুৱাহাটীৰ কুশল কলিতাৰ…

২৫ আৰু ২৬ নবেম্বৰত পাটায়াত অনুষ্ঠিত হোৱা WFF দক্ষিণ-পূব এছিয়ান বডি বিল্ডিং আৰু ফিটনেছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অসমৰ গুৱাহাটীৰ কুশল কলিতাই ৭৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই।

ইয়াৰ পূৰ্বে ২০২২ চনত বেংককত অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ৭০ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিছিল।

GTM Desk