APSC কেলেংকাৰিৰ তদন্ত ২০১৩–১৪ত কৈয়ো আগলৈ যাব!

APSC কেলেংকাৰিৰ তদন্ত ২০১৩–১৪ত কৈয়ো আগলৈ যাব!

APSC কেলেংকাৰিৰ তদন্ত প্ৰয়োজন হ’লে ২০১৩–১৪ৰ আগলৈকো ঘূৰি যাব। অৰ্থাৎ ২০১৩/১৪ বৰ্ষৰ পূৰ্বেও দুই নম্বৰী উপায়েৰে বা ধনৰ বিনিময়ত ACS, APS বিষয়া হৈ বছৰ বছৰ ধৰি ৰাজ্যৰ আৰক্ষী প্ৰশাসন বা আন সেৱাত উচ্চপদত অধিষ্ঠিত হৈ থকাসকলৰ বিপদৰ আশংকা। আনহাতে ২১জনকৈ বিষয়াক নিলম্বনৰ পিছত মুখ্যমন্ত্ৰীয়ে ক’লে– অভিযুক্তৰ মাজত APSC পৰীক্ষা উত্তীৰ্ণৰ প্ৰকৃত সক্ষমতা থকাসকলৰ ক্ষেত্ৰত নৰম হ’ব ব্যৱস্থা।

GTM Desk

Related