লাওখোৱা অভয়াৰণ্যত বনকৰ্মীৰ গুলীত নিহত হোৱা পৰিয়ালৰ কাষত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাইনুল ইছলাম

লাওখোৱা অভয়াৰণ্যত বনকৰ্মীৰ গুলীত নিহত হোৱা পৰিয়ালৰ কাষত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাইনুল ইছলাম

➡️লাওখোৱা অভয়াৰণ্যত বনকৰ্মীৰ গুলীত নিহত হোৱা পৰিয়ালৰ কাষত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাইনুল ইছলাম

➡️বন বিভাগৰ এনে কাৰ্য্য অমানৱীয় আৰু আইন বিৰোধ আখ্যা কেন্দ্ৰীয় সাধাৰণ সম্পাদক জনৰ।

➡️নগাঁও জিলাৰ মুছলিম ছাত্ৰ সন্থাৰ সভাপতি মোছাৰফ আলী সভাপতি নেতৃত্বত এটি সজাতি দলে আজি ধিং বৰি চাপৰিত উপস্থিত হৈ বনকৰ্মীৰ গুলীত নিহত হোৱা দুই ভাতৃদ্বয়ৰ অসহায় পৰিয়ালৰ পৰিস্থিতিৰ ভূজ লয়।

➡️ৰাজ্যৰ মূখ্যমন্ত্ৰীয়ে ঘোষণা কৰা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত খৰতকীয়া কৰিবলৈ দাবী জনোৱাৰ লগতে দৰিদ্ৰ পৰিয়ালটিক অনতিপলমে সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰন দিবলৈ দাবী জনায়।

➡️অন্যথা পৰবৰ্তী সময়ত ৰেল অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰে চৰকাৰক।

ধিঙৰ পৰা সুৰুজ আলী।

GTM Desk