মৈৰাবাৰীত ৰাইজে আটক কৰিলে ডুমডুমীয়াৰ কুখ্যাত চোৰ এজনক

মৈৰাবাৰীত ৰাইজে আটক কৰিলে ডুমডুমীয়াৰ কুখ্যাত চোৰ এজনক

আজি সন্ধিয়া মৈৰাবাৰী পাঞ্জাৱ বেংকৰ সমীপত এটা চোৰক ৰাইজে হাতে লুটে আটক কৰে।

বজাৰ কৰি থকা এজন লোকৰ পকেটৰ পৰা এক লাখ টকা লৈ পলুৱাৰ সময়তে চোৰটোক ৰাইজে কৰায়ত্ত কৰে।

ধিং আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমীয়াৰ অলিয়ে গলীয়ে চুৰি কাণ্ড সংগঠিত কৰি এতিয়া মৈৰাবাৰীত চুৰিকাণ্ড সংগঠিত কৰিবলৈ অহা চুৰটোৰ নাম মিঞা হুছেইন।

ইতিমধ্যে ৰাইজে আটক কৰা চুৰটোক মৈৰাবাৰী আৰক্ষীৰ হাতত চমজি দিছে। *

ধিঙৰ পৰা সুৰুজ আলী।

GTM Desk