দৰঙৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা

দৰঙৰ বৰদৌলগুৰি সমবায় সমিতিৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা

যুৱ সমাজকৰ্মী আব্দুল কাছিম সভাপতি নিৰ্বাচিত

বৰদৌলগুৰি সমবায় সমিটিৰ পুৰনা সমিটি ভংগৰ পিছত নতুন সমিটি গঠন

ছিপাঝাৰৰ বৰদৌলগুৰি সমবায় সমিতিৰ নতুন সভাপতি নিৰ্বাচন

পূৰ্বৰ সভাপতিৰ অনাস্হাৰ পিছত ১১জনীয়া সদস্যৰ সমৰ্থন মৰ্মে সমবায় সমিতিৰ পঞ্জীয়কৰ উপস্থিতিত নিৰ্বাচিত হয় বিশিষ্ট সমাজকৰ্মী আব্দুল কাছিম

নব-নিৰ্বাচিত সভাপতি আব্দুল কাছিমক বিভিন্ন জনে শুভেচ্ছা জনোৱাৰ লগতে পূৰ্বতকৈ সমবায়খনে এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰে।

GTM Desk

Related