বটদ্ৰৱৰ পুঠিমাৰীত পুনৰ বাঘৰ আক্ৰমণ, বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ৰেজাক (৫২)
বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত আব্দুল ৰেজাক (৫২)!
বটদ্ৰৱাৰপুঠিমাৰিত সংঘটিত হৈছে এই ঘটনা!
সম্প্ৰতি বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনক নগাঁও লৈ প্ৰেৰণ।যোৱা এপষেক ধৰি জুৰীয়া আৰু ধিংৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটোৱে।
ধিঙৰ পৰা সুৰুজ আলী।