বিহাৰৰ জাহানাবাদত অতি শোকাৱহ ঘটনা…
জাহানাবাদৰ মখদুমপুৰস্থিত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু। আন ৩৫ গৰাকী ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।
গুৱাহাটী টাইমচ