ATM চুৰিৰ ঘটনাক লৈ কঠোৰ DGP; বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দাসক নিলম্বন

বৃহস্পতিবাৰে নিশা বিজনীত চোৰে লুটপাত চলাইছিল ATMত৷ ইয়াৰ পাছতেই আৰক্ষীৰ নিৰাপত্তাৰ প্ৰসংগক লৈ চলিছিল চৰ্চা৷ চৰ্চাৰ মাজতে বিজনী থানাৰ OC শংকৰ দাসক নিলম্বনৰ নিৰ্দেশ ৷

GTM Desk