NRL ৰ পৰা শিলিগুড়িলৈ যোৱা পাইপ লাইন ফুটাই তেল চুৰি

NRL ৰ পৰা শিলিগুড়িলৈ যোৱা পাইপ লাইন ফুটাই তেল চুৰি

নুমলীগড় চাহবাগিছাৰ মাজত দুস্কৃতিকাৰীয়ে পুনৰ NRL ৰ পৰা শিলিগুড়িলৈ যোৱা পাইপ লাইন ফুটাই তেল চুৰি কাণ্ড সংঘটিত কৰিছে। যাৰ ফলত কাষেৰে বৈ যোৱা ৰাংচালী নৈত বৈছে তেলৰ সোত। ঘটনাস্থলীত NRL ৰ বিষয়ববীয়া উপস্থিত হৈ পৰ্যবেক্ষণ কৰিছে সমগ্ৰ ঘটনা। বৰ্তমানেও তেল নিৰ্গত হৈ আছে পাইপ ডালেৰে। এনে পৰিস্থিতিৰ ফলত যিকোনো মূহুৰ্তত সংঘটিত হব পাৰে ভয়াবহ অঘটন।

GTM Desk