• আজিৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীৰ Body mass index (BMI) পৰীক্ষা
  • জিলা সদৰসমূহত অনুষ্ঠিত হ’ব BMI পৰীক্ষা
  • শৰীৰৰ মেদ কমাবলৈ ৩ মাহ ধৰি আৰক্ষীসকলে কৰা প্ৰচেষ্টাৰ অন্তত আজিৰে পৰা হ’ব BMI পৰীক্ষা
  • BMI পৰীক্ষাত সফল নোহোৱা আৰক্ষীয়ে ল’ব লাগিব স্বেচ্ছামূলক অৱসৰ