শিৱসাগৰৰ মেঘা মজুমদাৰৰ বাণিজ্য শাখাত অষ্টম স্থান

0 min read

শিৱসাগৰ, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত অষ্টম স্থান দখল মেঘা মজুমদাৰৰ ৷ শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল মেঘা ৷

শিৱসাগৰ নগৰৰ বাবুপট্টিত বাস কৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীয়ে ৷ পিতৃ দিলীপ মজুমদাৰ পেছাত এজন স্বৰ্ণকাৰ ।

You May Also Like

More From Author