26.9 C
Assam
Friday, August 19, 2022

Featured News

Two arrested for cattle smuggling in Assam

Assam Police on Thursday arrested two persons...

Assam: 3 nabbed for rhino horn smuggling near Kaziranga

Forest officials in Assam caught three persons...

শিৱসাগৰৰ মেঘা মজুমদাৰৰ বাণিজ্য শাখাত অষ্টম স্থান

Assamese Newsশিৱসাগৰৰ মেঘা মজুমদাৰৰ বাণিজ্য শাখাত অষ্টম স্থান

শিৱসাগৰ, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত অষ্টম স্থান দখল মেঘা মজুমদাৰৰ ৷ শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল মেঘা ৷

শিৱসাগৰ নগৰৰ বাবুপট্টিত বাস কৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীয়ে ৷ পিতৃ দিলীপ মজুমদাৰ পেছাত এজন স্বৰ্ণকাৰ ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: