শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব মোহময়ী অভিনেত্ৰী ৰিম্পী দাস।

শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব মোহময়ী অভিনেত্ৰী ৰিম্পী দাস।
শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব মোহময়ী অভিনেত্ৰী ৰিম্পী দাস। ৰিম্পী দাসৰ পাণি গ্ৰহণ কৰিবলৈ আহিছে বিনয় তালুকদাৰ। ইতিমধ্যে আঙুঠি পিন্ধোৱা পৰ্ব সমাপ্ত কৰিছে ভাবী স্বামী বিনয় তালুকদাৰে। বাগদত্তা ৰিম্পীক লৈ কৰা অনেকৰ জল্পনা-কল্পনা সমাপ্ত হ’ল।

Shahnawaz Hamza