ৰাজ্যত মুক্ত যৌনতাঃ বোৱাৰীৰ ভাইৰেল অশ্লীল ভিডিঅ’ক লৈ লখিমপুৰত চাঞ্চল্য

ৰাজ্যত মুক্ত যৌনতাঃ বোৱাৰীৰ ভাইৰেল অশ্লীল ভিডিঅ’ক লৈ লখিমপুৰত চাঞ্চল্য

শেহতীয়াকৈ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পৰ্ণ তথা অশ্লীল ছবি নিৰ্মাণৰ জনপ্ৰিয়তা। ভাইৰেল হৈছে এগৰাকীৰ পাছত আন এগৰাকী অসমীয়া যুৱতী-মহিলাৰ অশ্লীল ছবি।

অসমীয়া বোৱাৰীৰ ভাইৰেল অশ্লীল ভিডিঅ’ক লৈ লখিমপুৰৰ বিহপুৰীয়াত চাঞ্চল্য। বিবাহিত মহিলাৰ ভাইৰেল অশ্লীল ছবিয়ে বিহপুৰীয়াত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

হোৱাট্চএপে হোৱাট্চএপে ভাইৰেল হৈছে এইগৰাকী নৱবিবাহিতা মহিলাৰ অশ্লীল ছবি।

যাৰপাছতে সচেতন ৰাইজৰ মাজত প্ৰশ্ন হৈছে যে সহজ ধনৰ লালসাত ৰাজ্যৰ গাঁৱে-গাঁৱে শিপাইছে নেকি অশ্লীল(পৰ্ণ) ছবিৰ জনপ্ৰিয়তা ?

GTM Desk

Related