১৪ দিনৰ অন্তত চন্দ্ৰত ৰাতি পুৱাল, সাৰ পাবনে ভাৰতৰ বিক্ৰম–প্ৰজ্ঞান?

১৪ দিনৰ অন্তত চন্দ্ৰত ৰাতি পুৱাল, সাৰ পাবনে ভাৰতৰ বিক্ৰম–প্ৰজ্ঞান?

পৃথিৱীৰ হিচাপত ১৪ দিনত চন্দ্ৰত এটা দিন আৰু আন ১৪টা দিন নিশা। ১৪টা দিন পাৰ হোৱাৰ পিছত চন্দ্ৰমাৰ দেশত আঁতৰিছে আন্ধাৰ। এতিয়া সকলোৱে বাট চাইছে চন্দ্ৰযান–৩ৰ (Chandrayaan-3) ৰ’ভাৰ প্ৰজ্ঞান (Rover Pragyan) আৰু বিক্ৰম লেণ্ডাৰ (Lander Vikram) সাৰ পোৱালৈ।

বিগত ১৪টা দিন ধৰি চন্দ্ৰমাৰ বুকুত শুই পৰিছিল প্ৰজ্ঞান আৰু বিক্ৰম। ১৪টা দিন পাৰ হ’ল, এতিয়া সকলোৱে আশা কৰিছে পুনৰ সাৰ পাব বিক্ৰম আৰু প্ৰজ্ঞান। সেই আশাই প্ৰকাশ কৰিছে ISROৰ বিজ্ঞানীসকলেও।

GTM Desk

Related