ভাৰত পাকিস্তানৰ মেচ উপভোগ কৰিবলৈ গৈ ২৪ কেৰেট সোণৰ আইফোন হেৰুৱালে উৰ্বশী ৰাউটেলাই…

ভাৰত পাকিস্তানৰ মেচ উপভোগ কৰিবলৈ গৈ ২৪ কেৰেট সোণৰ আইফোন হেৰুৱালে উৰ্বশী ৰাউটেলাই…

ভাৰত আৰু পাকিস্তানৰ মেচ উপভোগ কৰিবলৈ গৈ ২৪ কেৰেট সোণৰ আইফোন হেৰুৱালে উৰ্বশী ৰাউটেলাই।
ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে উৰ্বশী ৰাউটেলাৰ শেহতীয়া পোষ্ট।

উৰ্বশীৰ এই পোষ্টটো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু মানুহে এই পোষ্টটোত অহৰহ মন্তব্য কৰিছে।

GTM Desk

Related