হামাছৰ পক্ষত থিয় দিলে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গাটাৰেছে…

হামাছৰ পক্ষত থিয় দিলে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গাটাৰেছে…

ক’লে- ৫০ বছৰতকৈ অধিক কাল ইজৰাইলে পেলেষ্টাইনক দখল কৰি থকাৰ বাবেই হামাছে কৰিলে এই আক্ৰমণ। এন্টনিঅ’ গাটাৰেছৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে ইজৰাইল। সমুখ সমৰত এইবাৰ ইজৰাইল আৰু ৰাষ্ট্ৰসংঘ। ইয়াৰ মাজতে ইৰাণে এণ্টি মাৰিছে যুদ্ধত।

GTM Desk