পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ

পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ

🔴পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ
🔴প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আছিল দুৰ্নীতি, ক্ষমতাৰ দুৰ্ব্যৱহাৰৰ অভিযোগ
🔴মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী আৱাসত তালাচী চলাইছিল আৰক্ষীয়ে
🔴তদন্ত প্ৰক্ৰিয়াৰ মাজতে পদত্যাগ এণ্টোনিঅ’ কোষ্টাৰ

GTM Desk